৫০০+ সততে ভুল হোৱা অসমীয়া বানানৰ শুদ্ধ ৰূপ

সততে ভুল হোৱা বানান কিছুমানৰ শুদ্ধ ৰূপৰ তালিকা এখন ৰাইজলৈ আগবঢ়ালোঁ৷ আশাকৰোঁ কামত আহিব৷ কিবা ভুল দেখা পালে অনুগ্ৰহ কৰি দ্বিধাহীনভাৱে আঙুলিয়াই দিয়ে যেন৷

উল্লেখযোগ্য যে, এই গোটেই ভুলবোৰ ‘Lachit SpellChecker’ এ এবাৰতে শুদ্ধ কৰি দিয়ে৷ এই বিনামূলীয়া সঁজুলিটি ব্যৱহাৰ কৰিব পাৰিব spellchecker.lachit.org ত সংযোগ কৰি৷ এণ্ড্ৰইড মবাইলৰ বাবে গুগল প্লে’ ষ্ট’ৰৰ পৰা একে নামৰ এপ্‌ এটি ডাউনল’ড কৰিব পাৰিব৷

qHeghS7w5C4n3mQQ.jpg@300w 0e

Lachit Spell Checker

বাংলা ৰ | পুৰণি ড় ঢ় য় | যুক্তাক্ষৰ | বিভক্তি | ণত্ববিধি-ষত্ববিধি | চন্দ্ৰবিন্দু | নিৰ্দেশাত্মক প্ৰত্যয় | যতিচিহ্ন | সততে ভুল কৰা ২৮০০+ শব্দ

সততে ভুল হোৱা কিছুমান বানানৰ শুদ্ধ ৰূপ

সংকলক: সূৰ্য্য বৰা আৰু মৃদুল কুমাৰ শৰ্মা

ভুল ৰূপশুদ্ধ ৰূপ
আঘাটআঘাত
আৰম্ভনিআৰম্ভণি
আৰম্ভনীআৰম্ভণি
মূহুৰ্তমুহূৰ্ত
সাংঘাটিকসাংঘাতিক
পৰিস্কাৰপৰিষ্কাৰ
আৱিস্কাৰআৱিষ্কাৰ
আবিস্কাৰআৱিষ্কাৰ
আনুসংগিকআনুষংগিক
শীততাপশীতাতপ

‘অদ্ভূত’,’অদ্ভুত’

‘অত্যাধিক’,’অত্যধিক’

‘অতীষ্ঠ’,’অতিষ্ঠ’

‘আষ্ফালন’,’আস্ফালন’

‘আয়ত্ব’,’আয়ত্ত’

‘ঐশ্চৰ্য’,’ঐশ্বৰ্য’

‘উভটি’,’উভতি’

‘ঘুৰি’,’ঘূৰি’

‘ঘুৰাই’,’ঘূৰাই’

‘কটুক্তি’,’কটূক্তি’

‘ক্ৰুটি’,’ত্ৰুটি’

‘অংকণ’,’অংকন’

‘কোৰাণ’,’কোৰান’

‘খৰছ’,’খৰচ’

‘বিচনা’,’বিছনা’

‘তত্ব’,’তত্ত্ব’

‘ধুলি’,’ধূলি’

‘দুঃচিন্তা’,’দুশ্চিন্তা’

‘দুচৰিত্ৰ’,’দুশ্চৰিত্ৰ’

‘দীৰ্ঘজীৱি’,’দীৰ্ঘজীৱী’

‘দুবৰি’,’দূবৰি’

‘দুৰীকৰণ’,’দূৰীকৰণ’

‘দূৰ্গা’,’দুৰ্গা’

‘দৈন্যতা’,’দৈন্য’

‘ঐক্যতা’,’ঐক্য’

‘দৈৰ্ঘ’,’দৈৰ্ঘ্য’

‘দোষণীয়’,’দূষণীয়’

‘দ্বন্দ’,’দ্বন্দ্ব’

‘ফলপ্ৰসু’,’ফলপ্ৰসূ’

‘ফস্তি’,’ফষ্টি’

‘ফিটা’,’ফিতা’

‘ফুলজাৰী’,’ফুলজাৰি’

‘উপলব্দ্ধ’,’উপলব্ধ’

‘বৰঙণি’,’বৰঙনি’

‘বহিস্কাৰ’,’বহিষ্কাৰ’

‘পুৰষ্কাৰ’,’পুৰস্কাৰ’

‘বয়ষ্ক’,’বয়স্ক’

‘ব্যঞ্জণ’,’ব্যঞ্জন’

‘বাঞ্চনীয়’,’বাঞ্ছনীয়’

‘বাস্প’,’বাষ্প’

‘বিদূষী’,’বিদুষী’

‘শূণ্য’,’শূন্য’

‘শাৰিৰীক’,’শাৰীৰিক’

‘সাকৌঁ’,’সাঁকো’

‘সাকোঁ’,’সাঁকো’

‘সমুহ’,’সমূহ’

‘সৰ্বাংগীন’,’সৰ্বাংগীণ’

‘সমিচীন’,’সমীচীন’

‘সমীচিন’,’সমীচীন’

‘সাৰ্বজনীন’,’সৰ্বজনীন’

‘সাহাৰ্য্য’,’সাহায্য’

‘অনুভুতি’,’অনুভূতি’

‘সুতা’,’সূতা’

‘সুচনা’,’সূচনা’

‘সুক্ষ্ম’,’সূক্ষ্ম’

‘সেঁওতা’,’সেওঁতা’

‘সেন্দুৰ’,’সেন্দূৰ’

‘স্নেহাশীষ’,’স্নেহাশিস’

‘স্বচ্ছল’,’সচ্ছল’

‘গ্ৰহন’,’গ্ৰহণ’

‘নিৰ্ধাৰন’,’নিৰ্ধাৰণ’

‘ব্যন্জন’,’ব্যঞ্জন’

‘যোৱাকালি’,’কালি’

‘অহাকালি’,’কাইলৈ’

‘নিমণ্ট্ৰণ’,’নিমন্ত্ৰণ’

‘নিমন্ত্ৰন’,’নিমন্ত্ৰণ’

‘ছাগে’,’চাগৈ’

‘বন্ধুত্বতা’,’বন্ধুত্ব’

‘ভুমি’,’ভূমি’

‘অনুকুল’,’অনুকূল’

‘ৰোপন’,’ৰোপণ’

‘চিহ্ণ’,’চিহ্ন’

‘ধ্বংশ’,’ধ্বংস’

‘গ্ৰন্থী’,’গ্ৰন্থি’

‘যথেষ্ঠ’,’যথেষ্ট’

‘চেষ্ঠা’,’চেষ্টা’

‘দূৰ্ঘটনা’,’দুৰ্ঘটনা’

‘ভ্ৰমন’,’ভ্ৰমণ’

‘শুৱে’,’শোৱে’

‘অধ্যয়ণ’,’অধ্যয়ন’

‘পলায়ণ’,’পলায়ন’

‘তাৰোপৰি’,’তদুপৰি’

‘ধৰন’,’ধৰণ’

‘সুমাই’,’সুমুৱাই’

‘নূন্যতম’,’ন্যূনতম’

‘নুন্যতম’,’ন্যূনতম’

‘মূখ্য’,’মুখ্য’

‘অনুস্থান’,’অনুষ্ঠান’

‘সিচঁৰিত’,’সিঁচৰতি’

‘সিচঁৰতি’,’সিঁচৰতি’

‘ষ্পষ্ট’,’স্পষ্ট’

‘নাইকীয়া’,’নাইকিয়া’

‘সোমোৱাই’,’সুমুৱাই’

‘ব্ৰক্ষ্ম’,’ব্ৰহ্ম’

‘সন্তোষ্ট’,’সন্তুষ্ট’

‘খোৱাবলৈ’,’খুৱাবলৈ’

‘প্ৰতিস্থা’,’প্ৰতিষ্ঠা’

‘গৰিস্থ’,’গৰিষ্ঠ’

‘কাৰনে’,’কাৰণে’

‘সংন্থা’,’সংস্থা’

‘সোঁচৰি’,’সুঁচৰি’

‘কতৃপক্ষ’,’কৰ্তৃপক্ষ’

‘চিনাকী’,’চিনাকি’

‘হথাত’,’হঠাৎ’

‘মুখামুখী’,’মুখামুখি’

‘সজুলি’,’সঁজুলি’

‘শুদ্ধৰাই’,’শুধৰাই’

‘পূৱা’,’পুৱা’

‘চঁকু’,’চকু’

‘পৰিবহন’,’পৰিবহণ’

‘দীঘলিয়া’,’দীঘলীয়া’

‘দিঘলীয়া’,’দীঘলীয়া’

‘ভণ্টী’,’ভণ্টি’

‘আপোনি’,’আপুনি’

‘দেখোৱাই’,’দেখুৱাই’

‘প্ৰতিস্থান’,’প্ৰতিষ্ঠান’

‘বেপৰুৱা’,’বেপৰোৱা’

‘কনমানি’,’কণমানি’

‘কনমাণি’,’কণমানি’

‘অকনমানি’,’অকণমানি’

‘অকনমান’,’অকণমান’

‘শান্তনা’,’সান্ত্বনা’

‘সান্তনা’,’সান্ত্বনা’

‘অঞ্জলী’,’অঞ্জলি’

‘শ্ৰদ্ধাঞ্জলী’,’শ্ৰদ্ধাঞ্জলি’

‘ক্ষীপ্ৰ’,’ক্ষিপ্ৰ’

‘সাম্ভাব্য’,’সম্ভাব্য’

‘মৃন্ময়’,’মৃণ্ময়’

‘বৈচিত্ৰ’,’বৈচিত্ৰ্য’

‘কণিষ্ঠ’,’কনিষ্ঠ’

‘বিবাদমান’,’বিবদমান’

‘নিৰৱ’,’নীৰৱ’

‘তুচ্চ’,’তুচ্ছ’

‘ত্ৰিভূজ’,’ত্ৰিভুজ’

‘চলচিত্ৰ’,’চলচ্চিত্ৰ’

‘একচত্ৰী’,’একচ্ছত্ৰী’

‘একছত্ৰী’,’একচ্ছত্ৰী’

‘প্ৰায়চিত্ত’,’প্ৰায়শ্চিত্ত’

‘প্ৰায়চিত্ৰ’,’প্ৰায়শ্চিত্ত’

‘অন্নপ্ৰসন্ন’,’অন্নপ্ৰাশন’

‘উজ্জল’,’উজ্জ্বল’

‘উজ্বল’,’উজ্জ্বল’

‘ওতঃপ্ৰোতঃ’,’ওতপ্ৰোত’

‘ওতঃপ্ৰোত’,’ওতপ্ৰোত’

‘বহিঃবিভাগ’,’বহিৰ্বিভাগ’

‘বহিঃপ্ৰকাশ’,’বহিৰ্প্ৰকাশ’

‘ভৎসনা’,’ভৰ্ৎসনা’

‘নায্য’,’ন্যায্য’

‘ন্যায়ধীশ’,’ন্যায়াধীশ’

‘ন্যায়লয়’,’ন্যায়ালয়’

‘প্ৰস্ৰাৱগাৰ’,’প্ৰস্ৰাৱাগাৰ’

‘দাৰিদ্ৰতা’,’দৰিদ্ৰতা’

‘তেজ্য’,’ত্যাজ্য’

‘প্ৰৱাহমান’,’প্ৰৱহমান’

‘প্ৰবাহমান’,’প্ৰবহমান’

‘উচ্ছাসিত’,’উচ্ছ্বসিত’

‘উচ্ছ্বাসিত’,’উচ্ছ্বসিত’

‘বয়সীয়াল’,’বয়সিয়াল’

‘বয়সিয়া’,’বয়সীয়া’

‘মূৰব্বী’,’মুৰব্বী’

‘শুশ্ৰষা’,’শুশ্ৰূষা’

‘হাস্যস্পদ’,’হাস্যাস্পদ’

‘ঐক্যতান’,’ঐকতান’

‘শুভৰাত্ৰী’,’শুভৰাত্ৰি’

‘সুভৰাত্ৰি’,’শুভৰাত্ৰি’

‘শুপ্ৰভাত’,’সুপ্ৰভাত’

‘ষান্মাসিক’,’ষাণ্মাসিক’

‘চৰৈৱতি’,’চৰৈৱেতি’

‘অপৰাহ্ন’,’অপৰাহ্ণ’

‘উৎফুল্লিত’,’উৎফুল্ল’

‘প্ৰফুল্লিত’,’প্ৰফুল্ল’

‘অন্নশন’,’অনশন’

‘সৌজন্যতা’,’সৌজন্য’

‘উৎকৰ্ষতা’,’উৎকৰ্ষ’

‘দম্পতি’,’দম্পতী’

‘দম্পত্তি’,’দম্পতী’

‘গোহাৰী’,’গোহাৰি’

‘গোঁহাৰী’,’গোহাৰি’

‘গোহাঁৰী’,’গোহাৰি’

‘গোঁহাৰি’,’গোহাৰি’

‘গোহাঁৰি’,’গোহাৰি’

‘আঙুলী’,’আঙুলি’

‘উচৰ্গা’,’উছৰ্গা’

‘উদ্ধোধন’,’উদ্বোধন’

‘একেধাৰে’,’একাধাৰে’

‘জাত্যাভিমান’,’জাত্যভিমান’

‘ঠিৰাং’,’থিৰাং’

‘মৰুদ্যান’,’মৰূদ্যান’

‘গাঠনি’,’গাঁথনি’

‘গাথঁনি’,’গাঁথনি’

‘গৌৰাম্বিত’,’গৌৰৱান্বিত’

‘প্ৰতিযোগি’,’প্ৰতিযোগী’

‘প্ৰতিযোগীতা’,’প্ৰতিযোগিতা’

‘সহযোগি’,’সহযোগী’

‘সহযোগীতা’,’সহযোগিতা’

‘বাচনি’,’বাছনি’

‘মন্ত্ৰীত্ব’,’মন্ত্ৰিত্ব’

‘মূৰ্ধণ্য’,’মূৰ্ধন্য’

‘ৰাসায়ন’,’ৰসায়ন’

‘ৰাসায়ণ’,’ৰসায়ন’

‘ৰসায়ণ’,’ৰসায়ন’

‘ৰসায়নিক’,’ৰাসায়নিক’

‘ৰাসায়ণিক’,’ৰাসায়নিক’

‘ৰাসায়ণ’,’ৰসায়ন’

‘দেৱাশীষ’,’দেৱাশিস’

‘অভিলাস’,’অভিলাষ’

‘গৃহিত’,’গৃহীত’

‘দুৰ্বিসহ’,’দুৰ্বিষহ’

‘নুপুৰ’,’নূপুৰ’

‘নুপূৰ’,’নূপুৰ’

‘পৈত্ৰিক’,’পৈতৃক’

‘গুঢ়াৰ্থ’,’গূঢ়াৰ্থ’

‘ভেকোভাওনা’,’ভেঁকোভাওনা’

‘ভেকোঁভাওঁনা’,’ভেঁকোভাওনা’

‘ভেকোভাওঁনা’,’ভেঁকোভাওনা’

‘ভেকোঁভাওনা’,’ভেঁকোভাওনা’

‘ভেকুভাওঁনা’,’ভেঁকোভাওনা’

‘ভেকুঁভাওনা’,’ভেঁকোভাওনা’

‘ভেকুঁভাওঁনা’,’ভেঁকোভাওনা’

‘ভেকুভাওনা’,’ভেঁকোভাওনা’

‘কৈলাশ’,’কৈলাস’

‘চেনী’,’চেনি’

‘তামুল’,’তামোল’

‘অন্যান্ন’,’অন্যান্য’

‘সপ্তাহিক’,’সাপ্তাহিক’

‘অভিধানিক’,’আভিধানিক’

‘মুমুৰ্ষ’,’মুমূৰ্ষু’

‘মুমূৰ্ষ’,’মুমূৰ্ষু’

‘মূমুৰ্ষ’,’মুমূৰ্ষু’

‘পুস্প’,’পুষ্প’

‘শোষন’,’শোষণ’

‘পাষান’,’পাষাণ’

‘ভূমিস্থ’,’ভূমিষ্ঠ’

‘নৌকাষ্ঠ’,’নৌকাস্থ’

‘আকাঙ্খা’,’আকাংক্ষা’

‘আকাংখা’,’আকাংক্ষা’

‘আভাষ’,’আভাস’

‘অশ্বস্থমা’,’অশ্বত্থামা’

‘অশ্বত্থমা’,’অশ্বত্থামা’

‘উপৰত’,’ওপৰত’

‘ওপৰি’,’উপৰি’

‘জলন্ত’,’জ্বলন্ত’

‘দম্বৰু’,’ডম্বৰু’

‘পোৱালী’,’পোৱালি’

‘শেৱালী’,’শেৱালি’

‘কনিকা’,’কণিকা’

‘কল্যান’,’কল্যাণ’

‘কালীদাস’,’কালিদাস’

‘টোপনী’,’টোপনি’

‘মৰ্যদা’,’মৰ্যাদা’

‘আৰাম্ভ’,’আৰম্ভ’

‘বিঞ্জান’,’বিজ্ঞান’

‘জো-যা’,’যো-জা’

‘যা-যোগাৰ’,’জা-যোগাৰ’

‘যদ্যাপি’,’যদ্যপি’

‘অদ্যপি’,’অদ্যাপি’

‘অৱশ্যাম্ভাৱী’,’অৱশ্যম্ভাৱী’

‘আৱশ্যম্ভাৱী’,’অৱশ্যম্ভাৱী’

‘আৱশ্যাম্ভাৱী’,’অৱশ্যম্ভাৱী’

‘গননা’,’গণনা’

‘অগনন’,’অগণন’

‘গনিত’,’গণিত’

‘গাননিক’,’গাণনিক’

‘জানোঁ’,’জানো’

‘নাওঁ’,’নাও’

‘ৰিস্কা’,’ৰিক্সা’

‘ডেক্স’,’ডেস্ক’

‘ৰিক্স’,’ৰিস্ক’

‘মাক্স’,’মাস্ক’

‘ফ্লাক্স’,’ফ্লাস্ক‌’

‘পুন্য’,’পুণ্য’

‘পূন্য’,’পুণ্য’

‘পূণ্য’,’পুণ্য’

‘আশ্বৰ্য’,’আশ্চৰ্য’

‘জুটা’,’জোতা’

‘জুতা’,’জোতা’

‘জোটা’,’জোতা’

‘প্ৰাহ্ন’,’প্ৰাহ্ণ’

‘পৰাহ্ন’,’পৰাহ্ণ’

‘আহ্ণিক’,’আহ্নিক’

‘গাঁওত’,’গাঁৱত’

‘গাওঁত’,’গাঁৱত’

‘গাঁওৰ’,’গাঁৱৰ’

‘গাওঁৰ’,’গাঁৱৰ’

‘গাঁওলৈ’,’গাঁৱলৈ’

‘গাওঁলৈ’,’গাঁৱলৈ’

‘গাঁওতে’,’গাঁৱতে’

‘শক্তিৱান’,’শক্তিমান’

‘শক্তিবান’,’শক্তিমান’

‘বুদ্ধিৱান’,’বুদ্ধিমান’

‘বুদ্ধিবান’,’বুদ্ধিমান’

‘ব্ৰাহ্মন’,’ব্ৰাহ্মণ’

‘ব্ৰাক্ষ্মণ’,’ব্ৰাহ্মণ’

‘ব্ৰাক্ষ্মন’,’ব্ৰাহ্মণ’

‘বামুন’,’বামুণ’

‘বামূন’,’বামুণ’

‘বামূণ’,’বামুণ’

‘সোন’,’সোণ’

‘সোনোৱাল’,’সোণোৱাল’

‘সোনোৱালী’,’সোণোৱালী’

‘সোনালী’,’সোণালী’

‘হালধী’,’হালধি’

‘হালধিয়া’,’হালধীয়া’

‘ঔষধী’,’ঔষধি’

‘ঔষধিয়া’,’ঔষধীয়া’

‘পাৰ্থমিক’,’প্ৰাথমিক’

‘ফনি’,’ফণি’

‘কঠিয়া’,’কঠীয়া’

‘কঁঠিয়া’,’কঠীয়া’

‘কঠিয়াতলি’,’কঠীয়াতলি’

‘কঠিয়াতলী’,’কঠীয়াতলি’

‘কঠীয়াতলী’,’কঠীয়াতলি’

‘তম্’,’তম’

‘গৌন’,’গৌণ’

‘লৱন’,’লৱণ’

‘মানিক’,’মাণিক’

‘প্ৰত্যাৰ্পণ’,’প্ৰত্যৰ্পণ’

‘প্ৰত্যাৰ্পন’,’প্ৰত্যৰ্পণ’

‘প্ৰত্যৰ্পন’,’প্ৰত্যৰ্পণ’

‘উল্লেখিত’,’উল্লিখিত’

‘উল্লাসিত’,’উল্লসিত’

‘পুনৰাপি’,’পুনৰপি’

‘পক্ক’,’পক্ব’

‘পৰিপক্ক’,’অপৰিপক্ব’

‘পক্কান্ন’,’পক্বান্ন’

‘স্বত্ত্বে’,’সত্ত্বে’

‘আতিশয্যা’,’আতিশয্য’

‘অতিশয্যা’,’আতিশয্য’

‘অনুৰুধ’,’অনুৰোধ’

‘ঘীণ’,’ঘিণ’

‘ঘিন’,’ঘিণ’

‘ঘীন’,’ঘিণ’

‘বিদ্ৰুপ’,’বিদ্ৰূপ’

‘চূঢ়ান্ত’,’চূড়ান্ত’

‘চুঢ়ান্ত’,’চূড়ান্ত’

‘আক্ৰমন’,’আক্ৰমণ’

‘জড়িয়তে’,’জৰিয়তে’

‘জৰিত’,’জড়িত’

‘নিৰ্মান’,’নিৰ্মাণ’

‘বিষেশ’,’বিশেষ’

‘যুজ’,’যুঁজ’

‘ধাৰন’,’ধাৰণ’

‘পাহৰনি’,’পাহৰণি’

‘বিতাৰন’,’বিতাৰণ’

‘ঘৃনা’,’ঘৃণা’

‘প্ৰতাৰনা’,’প্ৰতাৰণা’

‘সংৰক্ষন’,’সংৰক্ষণ’

‘গাৱলীয়া’,’গাঁৱলীয়া’

‘প্ৰশিক্ষন’,’প্ৰশিক্ষণ’

‘দূৰ্নীতি’,’দুৰ্নীতি’

‘বুদ্ধিজীৱি’,’বুদ্ধিজীৱী’

‘উভতাই’,’ওভতাই’

‘শুণি’,’শুনি’

‘হয়তু’,’হয়তো’

‘ওলিয়াই’,’উলিয়াই’

‘নুমোৱাই’,’নুমুৱাই’

‘তেঁও’,’তেওঁ’

‘দেখুন’,’দেখোন’

‘স্থায়ীত্ব’,’স্থায়িত্ব’

‘হাহিঁ’,’হাঁহি’

‘ওমলি’,’উমলি’

‘সুধে’,’সোধে’

‘দূপৰীয়া’,’দুপৰীয়া’

‘সোণকালে’,’সোনকালে’

‘লাগতীয়াল’,’লাগতিয়াল’

‘হেপাহ’,’হেঁপাহ’

‘সহাৰি’,’সঁহাৰি’

‘ভাগৰোৱা’,’ভাগৰুৱা’

‘যঠেষ্ট’,’যথেষ্ট’

‘হেচা’,’হেঁচা’

‘জপিয়াই’,’জঁপিয়াই’

‘সচাই’,’সঁচাই’

‘কাৰন’,’কাৰণ’

‘পুজা’,’পূজা’

‘তেওলোক’,’তেওঁলোক’

‘শিৰচ্ছেদ’,’শিৰশ্ছেদ’

‘ষড়দৰ্শন’,’ষড়্‌দৰ্শন’

‘ষড়ৰিপু’,’ষড়্‌ৰিপু’

‘ষষ্ঠদশ’,’ষোড়শ’

‘সংঘাট’,’সংঘাত’

‘সত্ব’,’সত্ত্ব’

‘স্বায়ত্ব’,’স্বায়ত্ত্ব’

‘হিজিবিজি’,’হিবিজিবি’

‘ক্ষুন্ন’,’ক্ষুণ্ণ’

‘সৰ্বাঙ্গীন’,’সৰ্বাঙ্গীণ’

‘সাহাৰ্য’,’সাহায্য’

‘স্বতস্ফূৰ্ত’,’স্বতঃস্ফূৰ্ত’

‘স্বত্তেও’,’সত্ত্বেও’

‘স্বত্বেও’,’সত্ত্বেও’

‘স্বাধীনোত্তৰ’,’স্বাধীনতা-উত্তৰ’

‘অগ্যস্ত’,’অগস্ত্য’

‘অম্বিকাগিৰি’,’অম্বিকাগিৰী’

‘বৃহত্ব’,’বৃহত্ত্ব’

‘বেনু’,’বেণু’

‘বৈয়াকৰণিক’,’বৈয়াকৰণ’

‘বৈশিষ্ট’,’বৈশিষ্ট্য’

‘ময়ুৰ’,’ময়ূৰ’

‘ব্যাভিচাৰ’,’ব্যভিচাৰ’

‘মুদ্ৰন’,’মুদ্ৰণ’

‘মুমুৰ্ষ’,’মুমূৰ্ষ’

‘প্ৰবজন’,’প্ৰব্ৰজন’

‘প্ৰভূ’,’প্ৰভু’

‘প্ৰৱন্ধ’,’প্ৰবন্ধ’

‘প্ৰৱল’,’প্ৰবল’

‘প্ৰাতিপাদিক’,’প্ৰাতিপদিক’

‘বণিতা’,’বনিতা’

‘বধু’,’বধূ’

‘বছেৰেকীয়া’,’বছৰেকীয়া’

‘বক্ষযুগল’,’স্তনযুগল’

‘ব্যুহ’,’ব্যূহ’

‘ভনিতা’,’ভণিতা’

‘ভাগিৰথী’,’ভাগীৰথী’

‘ভুমুকি’,’ভূমুকি’

‘ভুমিসাৎ’,’ভূমিসাৎ’

‘ভুমিস্থ’,’ভূমিষ্ঠ’

‘ভূৱন’,’ভুৱন’

‘ভোগালি’,’ভোগালী’

‘ভৌগলিক’,’ভৌগোলিক’

‘ভ্ৰুক্ষেপ’,’ভ্ৰূক্ষেপ’

‘ভ্ৰাম্যমান’,’ভ্ৰাম্যমাণ’

‘মনলোভা’,’মনোলোভা’

‘মহত্ব’,’মহত্ত্ব’

‘মহাৰাজা’,’মহাৰাজ’

‘লঘূ’,’লঘু’

‘লক্ষী’,’লক্ষ্মী’

‘লক্ষ্মীমন্ত’,’লক্ষ্মীৱন্ত’

‘লক্ষ্যনীয়’,’লক্ষণীয়’

‘লক্ষ্যণীয়’,’লক্ষণীয়’

‘মুহুৰ্ত’,’মুহূৰ্ত’

‘মুষিক’,’মূষিক’

‘মূল্যাংকণ’,’মূল্যাঙ্কন’

‘ম্ৰিয়মান’,’ম্ৰিয়মাণ’

‘যধেমধে’,’জধেমধে’

‘যেহেতু’,’যিহেতু’

‘ৰঙালি’,’ৰঙালী’

‘ৰূপায়ন’,’ৰূপায়ণ’

‘লঘুকৰণ’,’লঘূকৰণ’

‘সত্বা’,’সত্তা’

‘সন্যাসী’,’সন্ন্যাসী’

‘সম্বাদ’,’সংবাদ’

‘সৰ্বজানিক’,’সাৰ্বজনিক’

‘সামন্তৰিক’,’সামান্তাৰিক’

‘সাৱধানী’,’সাৱধান’

‘স্ৰজন’,’সৃজন’

‘স্বত্ত’,’স্বত্ব’

‘স্বয়ম্বৰ’,’স্বয়ংবৰ’

‘লাঞ্চনা’,’লাঞ্ছনা’

‘শয্যাশয়ী’,’শয্যাশায়ী’

‘শানিত’,’শাণিত’

‘কৰ্তাকাৰক’,’কৰ্তৃকাৰক’

‘কল্যাণৱৰ’,’কল্যাণীয়বৰ’

‘কাকুতি’,’কাকূতি’

‘কাণু’,’কানু’

‘কৃচ্ছসাধন’,’কৃচ্ছ্ৰসাধন’

‘কেয়ুৰ’,’কেয়ূৰ’

‘কৌতুহল’,’কৌতূহল’

‘উশৃংখল’,’উচ্ছৃঙ্খল’

‘উহ্য’,’ঊহ্য’

‘একত্ৰিকৰণ’,’একত্ৰীকৰণ’

‘একাকীত্ব’,’একাকিত্ব’

‘এদাল’,’এডাল’

‘চলমান’,’চলন্ত’

‘চিহ্ণিত’,’চিহ্নিত’

‘চুলাকৰণ’,’চুড়াকৰণ’

‘চূৰ্চূৰীয়া’,’চুৰ্চুৰীয়া’

‘জ্ঞাতাৰ্থে’,’জ্ঞানাৰ্থে’

‘টঙাই’,’তঙাই’

‘প্ৰজ্জলন’,’প্ৰজ্বলন’

‘পদুলি’,’পদূলি’

‘পৰায়ন’,’পৰায়ণ’

‘পৰিপক্ক’,’পৰিপক্ব’

‘পৰিৱহন’,’পৰিৱহণ’

‘পৰিমান’,’পৰিমাণ’

‘পাপীষ্ঠ’,’পাপিষ্ঠ’

‘পুংক্ষানুপুংক্ষ’,’পুঙ্খানুপুঙ্খ’

‘পুণৰ’,’পুনৰ’

‘পুনৰাভিনয়’,’পুনৰভিনয়’

‘পুনৰোদ্ধাৰ’,’পুনৰুদ্ধাৰ’

‘বাখ্যা’,’ব্যাখ্যা’

‘বানিজ্য’,’বাণিজ্য’

‘বাৰান্দা’,’বাৰাণ্ডা’

‘বিদুষী’,’বিদূষী’

‘বিপনি’,’বিপণি’

‘বিপদগ্ৰস্থ’,’বিপদগ্ৰস্ত’

‘বিষন্ন’,’বিষণ্ণ’

‘বিসম্বাদী’,’বিসংবাদী’

‘দুৰুহ’,’দুৰূহ’

‘দুৰ্ণাম’,’দুৰ্নাম’

‘দুস্থ’,’দুঃস্থ’

‘দূৰবীন’,’দূৰবীণ’

‘দোদোল্যমান’,’দোদুল্যমান’

‘ধূলিস্যাৎ’,’ধূলিসাৎ’

‘নঞাৰ্থক’,’নঞৰ্থক’

‘নাঁৱেৰে’,’নাৱেৰে’

‘নামাকৰণ’,’নামকৰণ’

‘নিক্কন’,’নিক্কণ’

‘নিচলা’,’নিছলা’

‘নিচ্ছিন্ন’,’নিশ্চিহ্ন’

‘নিৰবিচ্ছিন্ন’,’নিৰৱচ্ছিন্ন’

‘নিৰলস’,’নিৰালস্য’

‘নিৰস’,’নীৰস’

‘পূৰ্বাহ্ন’,’পূৰ্বাহ্ণ’

‘পৃথকীকৰণ’,’পৃথক্কৰণ’

‘পৌৰহিত্য’,’পৌৰোহিত্য’

‘সংকেট’,’সংকেত’

‘দূৰ্বল’,’দুৰ্বল’

‘হাহি’,’হাঁহি’

‘শেতা’,’শেঁতা’

‘খুজে’,’খোজে’

‘ওভতি’,’উভতি’

‘মাথো’,’মাথোঁ’

‘সজতনে’,’সযতনে’

‘ঘৈনী’,’ঘৈণী’

‘চেচা’,’চেঁচা’

‘শুন্য’,’শূন্য’

‘বন্দি’,’বন্দী’

‘দুপৰিয়া’,’দুপৰীয়া’

‘সোৱৰণি’,’সোঁৱৰণি’

‘আতৰি’,’আঁতৰি’

‘প্ৰদৰ্শণ’,’প্ৰদৰ্শন’

‘সংগঠণ’,’সংগঠন’

‘ফোপোলা’,’ফোঁপোলা’

‘ভূগি’,’ভুগি’

‘সুৰ্য’,’সূৰ্য’

‘আমন্ত্ৰন’,’আমন্ত্ৰণ’

‘দ্বায়ীত্ব’,’দ্বায়িত্ব’

‘সস্তিয়া’,’সস্তীয়া’

‘হথাৎ’,’হঠাৎ’

‘কৰুন’,’কৰুণ’

‘ছাকৰি’,’চাকৰি’

‘ৰছনা’,’ৰচনা’

‘প্ৰমান’,’প্ৰমাণ’

‘আনুমাণিক’,’আনুমানিক’

‘সম্ভাৱণা’,’সম্ভাৱনা’

‘মুৰ্তি’,’মূৰ্তি’

‘শুকাণ’,’শুকান’

‘আবৰন’,’আৱৰণ’

‘আৱৰন’,’আৱৰণ’

‘প্ৰবনতা’,’প্ৰৱণতা’

‘প্ৰৱনতা’,’প্ৰৱণতা’

‘সাধাৰন’,’সাধাৰণ’

‘ৰুপান্তৰিত’,’ৰূপান্তৰিত’

‘মজবুট’,’মজবুত’

‘আতৰাই’,’আঁতৰাই’

‘নৃসংশ’,’নৃশংস’

‘ঘুৰনীয়া’,’ঘূৰণীয়া’

‘ঘুৰণীয়া’,’ঘূৰণীয়া’

‘পুৰ্বপুৰুষ’,’পূৰ্বপুৰুষ’

‘দূৰ্দশা’,’দুৰ্দশা’

‘শ্ৰৱন’,’শ্ৰৱণ’

‘সাতোঁৰ’,’সাঁতোৰ’

‘নিয়াৰী’,’নিয়াৰি’

‘কপাই’,’কঁপাই’

‘কপাব’,’কঁপাব’

‘কপিব’,’কঁপিব’

‘প্ৰনাম’,’প্ৰণাম’

‘প্ৰনালী’,’প্ৰণালী’

‘উদাহৰন’,’উদাহৰণ’

‘একশৰন’,’একশৰণ’

‘সতৰ্কবানী’,’সতৰ্কবাণী’

‘প্ৰানী’,’প্ৰাণী’

‘পোষন’,’পোষণ’

‘হৃদয়াংগম’,’হৃদয়ংগম’

‘কৰ্ষন’,’কৰ্ষণ’

‘অনুসৰন’,’অনুসৰণ’

‘উন্মেশ’,’উন্মেষ’

‘সম্প্ৰিতী’,’সম্প্ৰীতি’

‘আলহি’,’আলহী’

‘তিক্ষ্ন’,’তীক্ষ্ণ’

‘সচাঁ’,’সঁচা’

‘ধুনিয়া’,’ধুনীয়া’

‘আকৰ্ষন’,’আকৰ্ষণ’

‘ৰনুৱা’,’ৰণুৱা’

‘প্ৰাৰ্থক্য’,’পাৰ্থক্য’

‘ভিৰু’,’ভীৰু’

‘সুত্ৰ’,’সূত্ৰ’

‘সুৰুজ’,’সূৰুজ’

‘কোমলীয়া’,’কুমলীয়া’

‘অন্তৰ্ধাণ’,’অন্তৰ্ধান’

‘সমূখত’,’সমুখত’

‘অনুস্থিত’,’অনুষ্ঠিত’

‘নিঃসৰন’,’নিঃসৰণ’

‘সংশ্লেষন’,’সংশ্লেষণ’

‘গৱেষনা’,’গৱেষণা’

‘পৰিচন্ন’,’পৰিচ্ছন্ন’

‘অস্তোপচাৰ’,’অস্ত্ৰোপচাৰ’

‘গূণ’,’গুণ’

‘লোলোপ’,’লোলুপ’

‘ব্যৱসায়ীক’,’ব্যৱসায়িক’

‘স্পৰ্ষকাতৰ’,’স্পৰ্শকাতৰ’

‘উদিয়মান’,’উদীয়মান’

‘দোষাৰুপ’,’দোষাৰোপ’

‘নিঃচিন্ন’,’নিঃচিহ্ন’

‘বানী’,’বাণী’

‘বহুমুলীয়া’,’বহুমূলীয়া’

‘বিস্বাস’,’বিশ্বাস’

‘ককাল’,’কঁকাল’

‘গনেশ’,’গণেশ’

‘সমূখ’,’সমুখ’

‘সিহত’,’সিহঁত’

‘মিশ্ৰন’,’মিশ্ৰণ’

‘পূৰুষ’,’পুৰুষ’

‘চুড়ান্ত’,’চূড়ান্ত’

‘কিনত্তু’,’কিন্তু’

‘অধিস্থিত’,’অধিষ্ঠিত’

‘দেখায়’,’দেখুৱায়’

‘কেচা’,’কেঁচা’

‘শুপ্ত’,’সুপ্ত’

‘দূৰ্গম’,’দুৰ্গম’

‘নীৰিক্ষণ’,’নিৰীক্ষণ’

‘কুটনৈতিক’,’কূটনৈতিক’

‘খোৱায়’,’খুৱায়’

‘খোৱাব’,’খুৱাব’

‘খোৱালে’,’খুৱালে’

‘খোৱাই’,’খুৱাই’

‘দূৰ্লভ’,’দুৰ্লভ’

‘নগন্য’,’নগণ্য’

‘পূৰোধা’,’পুৰোধা’

‘সূখী’,’সুখী’

‘সূখ’,’সুখ’

‘দূখ’,’দুখ’

‘দূখী’,’দুখী’

‘স্থুল’,’স্থূল’

‘মুকাভিনয়’,’মূকাভিনয়’

‘মুলতঃ’,’মূলতঃ’

‘ বুলে ‘,’ বোলে ‘

‘হেনু’,’হেনো’

‘খুজে’,’খোজে’

‘সেউজিয়া’,’সেউজীয়া’

‘শুভাকাংশী’,’শুভাকাংক্ষী’

‘সদ্যজাত’,’সদ্যোজাত’

‘কঁপাল’,’কপাল’

‘মৰমীয়াল’,’মৰমিয়াল’

‘গধুলি’,’গধূলি’

‘দাইনী’,’ডাইনী’

‘সিঁহত’,’সিহঁত’

‘মূখ’,’মুখ’

‘দূৰাৰোগ্য’,’দুৰাৰোগ্য’

‘দূৰ্ঘোৰ’,’দুৰ্ঘোৰ’

‘আঠু’,’আঁঠু’

‘ৰুপহী’,’ৰূপহী’

‘মুখীয়াল’,’মুখিয়াল’

‘অনুস্থিত’,’অনুষ্ঠিত’

‘উন্নয়ণ’,’উন্নয়ন’

‘স্বৰুপ’,’স্বৰূপ’

‘সঞ্জিৱনী’,’সঞ্জীৱনী’

‘গুনাগুন’,’গুণাগুণ’

‘গুণাগুন’,’গুণাগুণ’

‘গুনাগুণ’,’গুণাগুণ’

‘গুনগত’,’গুণগত’

‘মসৃন’,’মসৃণ’

‘যথেস্থ’,’যথেষ্ট’

‘নিয়ন্ত্ৰন’,’নিয়ন্ত্ৰণ’

‘ৰোগজনীত’,’ৰোগজনিত’

‘ক্ষীন’,’ক্ষীণ’

‘বয়সীয়াল’,’বয়সিয়াল’

‘সথিক’,’সঠিক’

‘সামৰনি’,’সামৰণি’

‘আছল’,’আচল’

‘ডবাপিতা’,’ডবাপিটা’

‘লুনীয়া’,’লুণীয়া’

‘প্ৰসংশা’,’প্ৰশংসা’

‘বেমাৰি’,’বেমাৰী’

‘ভাষন’,’ভাষণ’

‘মোটামোটি’,’মোটামুটি’

‘মিচিকীয়া’,’মিচিকিয়া’

‘উভতা’,’ওভতা’

‘অকপত’,’অকপট’

‘উভতনি’,’ওভতনি’

‘ভক্ষন’,’ভক্ষণ’

‘কপনি’,’কঁপনি’

‘পৰিনাম’,’পৰিণাম’

‘শৌভাগ্য’,’সৌভাগ্য’

‘সাৰথী’,’সাৰথি’

‘ভূগি’,’ভুগি’

‘ভূগা’,’ভোগা’

‘অতন্ত্য’,’অত্যন্ত’

‘পক্ৰিয়া’,’প্ৰক্ৰিয়া’

‘সংক্ৰান্তী’,’সংক্ৰান্তি’

‘গন্য’,’গণ্য’

‘ঘিউ’,’ঘিঁউ’

‘বৈচিত্ৰ্যতা’,’বৈচিত্ৰ্য’

‘পূৰণি’,’পুৰণি’

‘সচাকৈয়ে’,’সঁচাকৈয়ে’

‘প্ৰমুল্য’,’প্ৰমূল্য’

‘প্ৰমুল্যবোধ’,’প্ৰমূল্যবোধ’

‘সামৰ্থ্যতা’,’সামৰ্থ্য’

‘যন্ত্ৰনা’,’যন্ত্ৰণা’

‘আঁকোৱালী’,’আঁকোৱালি’

‘নিপিড়ীত’,’নিপীড়িত’

‘আত্মসমৰ্পন’,’আত্মসমৰ্পণ’

‘বিৰোধীতা’,’বিৰোধিতা’

‘বিৰুধিতা’,’বিৰোধিতা’

‘উদ্দেষ্য’,’উদ্দেশ্য’

‘মূখ্যমন্ত্ৰী’,’মুখ্যমন্ত্ৰী’

‘বিভুষিত’,’বিভূষিত’

‘মইয়েই’,’ময়ে’

‘ৰোমন্থণ’,’ৰোমন্থন’

‘সন্মুখীণ’,’সন্মুখীন’

‘পয্যটক’,’পৰ্য্যটক’

‘পয্যটন’,’পৰ্য্যটন’

‘ঘ্ৰান’,’ঘ্ৰাণ’

‘তিব্ৰ’,’তীব্ৰ’

‘গোলপীয়া’,’গুলপীয়া’

‘শুৱনী’,’শুৱনি’

‘সলাগ’,’শলাগ’

‘সন্মাণ’,’সন্মান’

‘লক্ষন’,’লক্ষণ’

‘বিশ্লেষন’,’বিশ্লেষণ’

‘ধয্য’,’ধৈৰ্য্য’

‘ধৰ্য্য’,’ধৈৰ্য্য’

‘বৰ্নালী’,’বৰ্ণালী’

‘সামাণ্য’,’সামান্য’

‘শুকোৱাই’,’শুকুৱাই’

‘মূৰ্খ’,’মুৰ্খ’

‘সেঁতু’,’সেতু’

‘টনকীয়াল’,’টনকিয়াল’

‘আশীষ’,’আশিস’

‘হেপাঁহ’,’হেঁপাহ’

‘বাণপানী’,’বানপানী’

‘উভটনি’,’ওভটনি’

‘দেওঁবাৰ’,’দেওবাৰ’

‘পঢ়ূৱৈ’,’পঢ়ুৱৈ’

‘ম্যাদি’,’ম্যাদী’

‘দুৱাৰমূখ’,’দুৱাৰমুখ’

‘জনশূণ্য’,’জনশূন্য’

‘অৰ্পন’,’অৰ্পণ’

‘সম্বন্ধীয়া’,’সম্বন্ধীয়’

‘পঢ়োৱাওক’,’পঢ়ুৱাওক’

‘সম্পুৰ্ণ’,’সম্পূৰ্ণ’

‘ঘণীভূত’,’ঘনীভূত’

‘কৌতূহ’ল’,’কৌতূহল’

‘বিভৎস’,’বীভৎস’

‘স্বৰ্গতুক্তি’,’স্বগতোক্তি’

‘স্মৰন’,’স্মৰণ’

‘সন্তূষ্ট’,’সন্তুষ্ট’

‘বস্তূ’,’বস্তু’

‘সামঞ্জস্যতা’,’সামঞ্জস্য’

‘আত্মিয়’,’আত্মীয়’

‘বৰষুন’,’বৰষুণ’

‘বৰষূণ’,’বৰষুণ’

‘জঘণ্য’,’জঘন্য’

‘শিৰোনামা’,’শিৰোনাম’

‘বীজানু’,’বীজাণু’

‘সত্ত্বা’,’সত্তা’

‘কিয়দাংশ’,’কিয়দংশ’

‘নেওঁতা’,’নেওতা’

‘আতিসহ্য’,’আতিশয্য’

‘ব্যতিক্ৰমি’,’ব্যতিক্ৰমী’

‘পঢ়োৱাম’,’পঢ়ুৱাম’

‘দূখ’,’দুখ’

‘বিলীণ’,’বিলীন’

‘সঘণ’,’সঘন’

‘দূৰ্নীতি’,’দুৰ্নীতি’

‘ঘণিষ্ঠ’,’ঘনিষ্ঠ’

‘ঘনিষ্ট’,’ঘনিষ্ঠ’

‘দূৰন্ত’,’দুৰন্ত’

‘দূৰাশা’,’দুৰাশা’

‘দূৱাৰ’,’দুৱাৰ’

‘তেওঁয়েই’,’তেৱেঁই’

‘সম্পতি’,’সম্পত্তি’

‘গাম্ভীৰ্যতা’,’গাম্ভীৰ্য’

‘মূহূৰ্ত’,’মুহূৰ্ত’

‘তাইয়েই’,’তায়েই’

‘ভাহি’,’ভাঁহি’

‘অপদস্ত’,’অপদস্থ’

‘নিসিদ্ধ’,’নিষিদ্ধ’

‘বিতৰন’,’বিতৰণ’

‘অৰন্য’,’অৰণ্য’

‘ন্যুনতম’,’ন্যূনতম’

‘বিস্তিৰ্ণ’,’বিস্তীৰ্ণ’

‘অনুষ্ঠীত’,’অনুষ্ঠিত’

‘ৰাষ্টীয়’,’ৰাষ্ট্ৰীয়’

‘দক্ষিন’,’দক্ষিণ’

‘আৰোহন’,’আৰোহণ’

‘যাত্ৰি’,’যাত্ৰী’

‘দৃস্যমান’,’দৃশ্যমান’

‘দৰকাৰি’,’দৰকাৰী’

‘সন্মুখিন’,’সন্মুখীন’

‘আকোৱালি’,’আঁকোৱালি’

‘কেচুৱা’,’কেঁচুৱা’

‘পদ্ধটি’,’পদ্ধতি’

‘সম্পূৰ্ন’,’সম্পূৰ্ণ’

‘প্ৰক্ষেপন’,’প্ৰক্ষেপণ’

‘শুভাশীষ’,’শুভাশিস’

‘স্নেহাশীষ’,’স্নেহাশিস’

‘স্নেহাশীস’,’স্নেহাশিস’

‘সমকালিন’,’সমকালীন’

‘সমকালীক’,’সমকালিক’

‘কেচাঁ’,’কেঁচা’

‘মিশ্ৰন’,’মিশ্ৰণ’

‘সন্নাসী’,’সন্ন্যাসী’

‘অণুৱীক্ষণ’,’অণুবীক্ষণ’

‘অনুবীক্ষন’,’অণুবীক্ষণ’

‘অনুবীক্ষণ’,’অণুবীক্ষণ’

‘অণ্বেষণ’,’অন্বেষণ’

‘অম্বেষণ’,’অন্বেষণ’

‘অন্তেষ্টিক্ৰিয়া’,’অন্ত্যেষ্টিক্ৰিয়া’

‘অন্ত্যোষ্টিক্ৰিয়াঃ’,’অন্ত্যেষ্টিক্ৰিয়া’

‘নিঃছিদ্ৰ’,’নিশ্ছিদ্ৰ’

‘নিচ্ছিদ্ৰ’,’নিশ্ছিদ্ৰ’

‘নিছিদ্ৰঃ’,’নিশ্ছিদ্ৰ’

‘নিষ্ক্ৰীয়’,’নিষ্ক্ৰিয়’

‘নিস্ক্ৰীয়’,’নিষ্ক্ৰিয়’

‘নিস্ক্ৰিয়’,’নিষ্ক্ৰিয়’

‘সৰ্বশ্ৰান্ত’,’সৰ্বস্বান্ত’

‘সৰ্বস্ৰান্ত’,’সৰ্বস্বান্ত’

‘মুৰ্ছা’,’মূৰ্ছা’

‘মূৰ্চ্ছা’,’মূৰ্ছা’

‘মুৰ্চা’,’মূৰ্ছা’

‘মূচকঁ‌ছ’,’মূছকঁছ’

‘মূছকছ’,’মূছকঁছ’

‘মূৰ্চনা’,’মূৰ্ছনা’

‘মূৰ্চ্ছনা ‘,’মূৰ্ছনা’

‘অনুদিত’,’অনূদিত’

‘অনুৰ্ধ্ব’,’অনূৰ্ধ্ব’

‘অনুৰ্দ্ধ’,’অনূৰ্ধ্ব’

‘অনূৰ্ধ’,’অনূৰ্ধ্ব’

‘অনুসুয়া’,’অনসূয়া’

‘অনসুয়া’,’অনসূয়া’

‘অন্তৰ্ভূক্ত’,’অন্তৰ্ভুক্ত’

‘অৰ্ন্তভুক্ত’,’অন্তৰ্ভুক্ত’

‘অন্তসত্তা’,’অন্তঃসত্ত্বা’

‘অন্তঃসত্বা ‘,’অন্তঃসত্ত্বা’

‘আভ্যন্তৰীণ’,’অভ্যন্তৰীণ’

‘অভ্যন্তৰিক ‘,’আভ্যন্তৰিক ‘

‘অহোৰ্নিশ’,’অহৰ্নিশ’

‘অহোৰাত্ৰি’,’অহোৰাত্ৰ’

‘নৈশব্দ’,’নৈঃশব্দ্য’

‘নৈঃশব্দ’,’নৈঃশব্দ্য’

‘নৈশব্দ্যতা’,’নৈঃশব্দ্য’

‘নৈঃসৰ্গিক’,’নৈসৰ্গিক’

‘স্ফুৰ্তি’,’স্ফূৰ্তি’

‘ফূৰ্তি’,’স্ফূৰ্তি’

‘স্বতঃস্ফুৰ্ত’,’স্বতঃস্ফূৰ্ত’

‘স্বতস্ফূৰ্ত’,’স্বতঃস্ফূৰ্ত’

‘শুশ্ৰুষা’,’শুশ্ৰূষা’

‘শুশ্ৰষা’,’শুশ্ৰূষা’

‘মাননিয়’,’মাননীয়’

‘বিৱৰন’,’বিৱৰণ’

‘দুৰৈত’,’দূৰৈত’

‘শ্ৰেনী’,’শ্ৰেণী’

‘বৈষম্যতা’,’বৈষম্য’

‘সংগঠণ’,’সংগঠন’

‘ওপৰোক্ত’,’উপৰ্যুক্ত’

‘উপৰোক্ত’,’উপৰ্যুক্ত’

‘উপৰুক্ত’,’উপৰ্যুক্ত’

‘দূৰ্দান্ত’,’দুৰ্দান্ত’

‘বিৱৰন’,’বিৱৰণ’

‘তীৰস্কাৰ’,’তিৰস্কাৰ’

‘আদৰনি’,’আদৰণি’

‘আদৰনী’,’আদৰণী’

‘আদৰনী’,’আদৰণী’

‘দূৰ্ভাগ্য’,’দুৰ্ভাগ্য’

‘দুস্কৃতি’,’দুষ্কৃতি’

‘হিচাব’,’হিচাপ’

‘জাতিস্কাৰ’,’জাতিষ্কাৰ’

‘তৎক্ষনাত’,’তৎক্ষণাত’

‘সুষ্ঠ’,’সুস্থ’

‘ঘোষনা’,’ঘোষণা’

‘সমষ্যা’,’সমস্যা’

‘আকৰ্শন’,’আকৰ্ষণ’

‘ভৱিশ্যত’,’ভৱিষ্যত’

‘হালধিয়া’,’হালধীয়া’

‘সেউজিয়া’,’সেউজীয়া’

‘আশক্ত’,’আসক্ত’

‘প্ৰকান্দ’,’প্ৰকাণ্ড’

‘বিভিষিকা’,’বিভীষিকা’

‘ব্যবসায়’,’ব্যৱসায়’

‘সোণকাল’,’সোনকাল’

‘মুখষ্ট’,’মুখস্থ’

‘ভূৱা’,’ভুৱা’

‘আদ্দা’,’আড্ডা’

‘মেকুৰি’,’মেকুৰী’

‘নিৰিক্ষণ’,’নিৰীক্ষণ’

‘ব্যাবধান’,’ব্যৱধান’

‘ব্যাৱধান’,’ব্যৱধান’

‘ব্যবহাৰ’,’ব্যৱহাৰ’

‘ব্যবহৃত’,’ব্যৱহৃত’

‘সষ্টীয়া’,’সস্তীয়া’

‘লেটেৰা’,’লেতেৰা’

‘উলমি’,’ওলমি’

‘উফৰাই’,’ওফৰাই’

‘উভতাই’,’ওভোতাই’

‘কৰ্মচাৰি’,’কৰ্মচাৰী’

‘সিমিত’,’সীমিত’

‘মূৰ্খামী’,’মূৰ্খামি’

‘মাংসপেষী’,’মাংসপেশী’

‘শুস্ৰুষা’,’শুশ্ৰূষা’

‘মধ্যবৃত্ত’,’মধ্যবিত্ত’

‘সকীয়নী’,’সকিয়নী’

‘দেখাইছে’,’দেখুৱাইছে’

‘কৃত্তিম’,’কৃত্ৰিম’

‘মুখস্ত’,’মুখস্থ’

‘দাঠি’,’ডাঠি’

‘চূৰান্ত’,’চূড়ান্ত’

‘আঙঠি’,’আঙুঠি’

‘অধ্যোষিত’,’অধ্যুষিত’

‘সমুলি’,’সমূলি’

‘জড়িয়তে’,’জৰিয়তে’

‘অনিচ্চা’,’অনিচ্ছা’

‘সন্তৰ্পন’,’সন্তৰ্পণ’

‘টপৰাই’,’তপৰাই’

‘এঙামূৰি’,’এঙামুৰি’

‘নপুংশক’,’নপুংসক’

‘সাৱতি’,’সাবটি’

‘সাবতি’,’সাবটি’

‘মনযোগ’,’মনোযোগ’

‘চলচ্ছিত্ৰ’,’চলচ্চিত্ৰ’

‘অভিলাষি’,’অভিলাষী’

‘বিকীৰণ’,’বিকিৰণ’

‘মৰিচীকা’,’মৰীচিকা’

‘বিৰোধীতা’,’বিৰোধিতা’

‘পূৰণি’,’পুৰণি’

‘ভূগি’,’ভুগি’

‘নিছা’,’নিচা’

‘উমলা’,’ওমলা’

‘অনুসৰী’,’অনুসৰি’

‘ইতিহাসবীদ’,’ইতিহাসবিদ’

‘মুস্তিমেয়’,’মুষ্টিমেয়’

‘চন্তুৰী’,’চন্তৰী’

‘বিলাসীতা’,’বিলাসিতা’

‘মৌণতা’,’মৌনতা’

‘নূণ্যতম’,’ন্যূনতম’

‘উদ্ধতালী’,’উদ্ধতালি’

‘পৰিনত’,’পৰিণত’

‘মৰীষণ’,’মৰিষণ’

‘কাৰ্পন্য’,’কাৰ্পণ্য’

‘অনুষ্টান’,’অনুষ্ঠান’

‘উপষ্ঠিত’,’উপস্থিত’

‘ন্যুণতম’,’ন্যূনতম’

‘উতপ্ত’,’উত্তপ্ত’

‘ঢাকোণ’,’ঢাকোন’

‘তলমুৰ’,’তলমূৰ’

‘চটিয়াই’,’ছটিয়াই’

‘চতিয়াই’,’ছটিয়াই’

‘চতিয়াব’,’ছটিয়াব’

‘সুগন্ধী’,’সুগন্ধি’

‘সুৰুয’,’সূৰুয’

‘ধেমালী’,’ধেমালি’

‘নিখুত’,’নিখুঁত’

‘বুতলি’,’বুটলি’

‘মলিয়ণ’,’মলিয়ন’

‘পৰিপাতি’,’পৰিপাটি’

‘ৰহন’,’ৰহণ’

‘সিচৰিত’,’সিঁচৰতি’

‘আৱাহণ’,’আৱাহন’

‘অমাৱশ্যা’,’অমাৱস্যা’

‘আলিংগণ’,’আলিংগন’

‘সাচতীয়া’,’সাঁচতীয়া’

‘বিলিন’,’বিলীন’

‘ব্ৰাক্ষণ’,’ব্ৰাহ্মণ’

‘ধেমালী’,’ধেমালি’

‘ভাঙণি’,’ভাঙনি’

‘উবুৰী’,’উবুৰি’

‘জিৰণী’,’জিৰণি’

‘মুল্যবান’,’মূল্যবান’

‘লজ্বিত’,’লজ্জিত’

‘উচ্ছাৰিত’,’উচ্চাৰিত’

‘উচ্ছাৰণ’,’উচ্চাৰণ’

‘সংষ্কৃত’,’সংস্কৃত’

‘গমণ’,’গমন’

‘বিঘিনী’,’বিঘিনি’

‘কৃতদাস’,’ক্ৰীতদাস’

‘অৰ্থপুৰ্ণ’,’অৰ্থপূৰ্ণ’

‘উপৰঞ্চি’,’ওপৰঞ্চি’

‘আলিংগণ’,’আলিংগন’

‘দমণ’,’দমন’

‘উদ্ভাৱণী’,’উদ্ভাৱনী’

‘পিয়াজ’,’পিঁয়াজ’

‘পিয়াঁজ’,’পিঁয়াজ’

‘স্পণ্ডন’,’স্পন্দন’

‘জঘণ্য’,’জঘন্য’

‘বহিৰ্গমণ’,’বহিৰ্গমন’

‘উপঙা’,’ওপঙা’

‘সামাণ্য’,’সামান্য’

‘উন্নয়ণ’,’উন্নয়ন’

‘প্ৰেৰনা’,’প্ৰেৰণা’

‘আবাহন’,’আৱাহন’

‘আবাহণ’,’আৱাহন’

‘মধূৰ’,’মধুৰ’

‘মুলধন’,’মূলধন’

‘প্ৰতিকুল’,’প্ৰতিকূল’

‘ভাৰসম্যতা’,’ভাৰসাম্য’

‘ভাৰসাম্যতা’,’ভাৰসাম্য’

‘কৰ্মৰাজী’,’কৰ্মৰাজি’

‘আনুসাংগিক’,’আনুষংগিক’

‘অনুসাংগিক’,’আনুষংগিক’

‘ভংগীমা’,’ভংগিমা’

‘সৰিসৃপ’,’সৰীসৃপ’

‘সহাঁৰি’,’সঁহাৰি’

‘হেতেঁন’,’হেঁতেন’

‘ঘৃণণীয়’,’ঘৃণনীয়’

‘পঞ্জীয়ণ’,’পঞ্জীয়ন’

‘হেপাঁহ’,’হেঁপাহ’

‘গ্ৰাম্যাঞ্চল’,’গ্ৰামাঞ্চল’

‘মেঘাছন্ন’,’মেঘাচ্ছন্ন’

‘কলেবৰ’,’কলেৱৰ’

‘উদ্যমীতা’,’উদ্যমিতা’

‘যাতায়ত’,’যাতায়াত’

‘পৰষ্পৰ’,’পৰস্পৰ’

‘তাৎক্ষনিক’,’তাৎক্ষণিক’

‘বিপৰিত’,’বিপৰীত’

‘বিপৰিতে’,’বিপৰীতে’

‘সাঁচতিয়া’,’সাঁচতীয়া’

‘নিৰুপন’,’নিৰূপণ’

‘নিৰূপন’,’নিৰূপণ’

‘দায়ীত্ব’,’দায়িত্ব’

‘দ্বায়িত্ব’,’দায়িত্ব’

‘জিৰনি’,’জিৰণি’

‘লেবেজান’,’লবেজান’

‘ইচ্চা’,’ইচ্ছা’

Photo of author
লাচিত ডট অৰ্গৰ মূল উদ্দেশ্যই হৈছে ভাষাটিৰ সৰ্বতোপ্ৰকাৰৰ উৎকৰ্ষ সাধনত যৎকিঞ্চিত পৰিমাণে হ’লেও অৱদান আগবঢ়োৱা৷ সেয়েহে ভাষা সম্পৰ্কীয় সকলোখিনি কাম কাজ সদায় বিজ্ঞাপনবিহীন আৰু বিনামূলীয়া হৈ থাকিব। লগতে চাওঁক লাচিত প্ৰকল্পৰ লগত জড়িত লোকসকল

Leave a Comment

Subscribe to Our Newsletter Today

Stay ahead of the curve with our newsletter! Subscribe now and get exclusive tips, updates, and insights delivered straight to your inbox. Don’t miss out on the latest trends and opportunities—join our community today!
Subscribe Now